Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: শুক্লাই ছেৰফাঙত কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ

Goreswar Part, Baksa | Jul 29, 2025
মংগলবাৰে আবেলি ৪-৩০ মান বজাত শুক্লাইত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এখন কৰ্মী সভা।বিটিচিৰ শুক্লাই ছেৰফাঙ পৰিষদীয় সমষ্টিৰ শুক্লাইত অনুষ্ঠিত কৰ্মী সভাখনত উপস্থিত থাকি ভাষণ দিয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদে।সমাগত বিটিচি নিৰ্বাচনত বিটিচি প্ৰধান প্ৰমোদ বড়োক পৰাভূত কংগ্ৰেছ দলে কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।লগতে অসমৰ উচ্ছেদিতৰ লগত কংগ্ৰেছ দল থাকিব বুলি কৰে বিধায়ক গৰাকীয়ে মন্তব্য।সভাত বহু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

MORE NEWS

গোৰেশ্বৰ ভাগ: শুক্লাই ছেৰফাঙত কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ - Goreswar Part News