বাগানপাৰা ভাগ: ঈশানপূৰ গাঁওত জাপানীজ এনকেফ্লাইটিছ ৰোগত মৃত্যু হোৱা ব্যক্তি গৰাকীৰ বাসগৃহত উপস্থিত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ।
শনিবাৰে বাগানপৰাৰ গেৰুৱা ভিচিডিচি ৰ অধীনৰ ঈশানপূৰ গাঁওত জাপানীজ এনকেফ্লাইটিছ ৰোগত মৃত্যু এজন ব্যক্তি। মৃত্যু হোৱা ব্যক্তি গৰাকীৰ নাম মন্তো বড়ো। মন্তো বড়োৰ অকাল মৃত্যু হোৱাক লৈ শনিবাৰে দিনৰ ভাগত বুজ লয় বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োয়ে।