Public App Logo
Jansamasya
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
No video available

সোণাৰি: চৰাইদেউৰ কানুভুগবাৰীত আন্তৰ্জাতিক নাৰী দিৱসত সাংসদ তপন গগৈৰ অংশগ্ৰহণ

Sonari, Charaideo | Mar 8, 2024
চৰাইদেউ কানুভুগবাৰীত আন্তৰ্জাতিক নাৰী দিৱসত সাংসদ তপন কুমাৰ গগৈৰ অংশগ্ৰহণ। চৰাইদেউ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সৌজন্যত কানুভোগবাৰী লেকামপথাৰ ৰংগমঞ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত কৰা হৈছে।

MORE NEWS