সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে নামতোলা চাহ বাগিছা, অশ্বনীবিলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৩৭০ লিটাৰ চুলাই পাছ নষ্ট কৰে ৷
চৰাইদেউ জিলাৰ নামতোলা চাহ বাগিছা আৰু অশ্বনীবিল অঞ্চলত চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু নামতোলা আৰক্ষীৰ যৌথ প্ৰচেষ্টাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৩৭০ লিটাৰ চুলাই মদৰ লগত ব্যৱহৃত পাছ ২টাকৈ চুলাই তৈয়াৰ কৰা যন্ত্ৰ নষ্ট কৰিবলৈ সক্ষম চৰাইদেউ জিলা আবকাৰী বিভাগৰ ৷