Public App Logo
Jansamasya
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
No video available

সোণাৰি: সোণাৰিত বৃহস্পতিবাৰে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, আৰক্ষীয়ে আটক কৰে মংগৰাব কন্যাকৰ, ছাজিয়া বেগম আৰু ছমিৰ আহমেদ নামৰ ৩ জনক

Sonari, Charaideo | Mar 7, 2024
সোণাৰিত বৃহস্পতিবাৰে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। এই অভিযানত ৩ জনক আটক কৰে । তথ্য অনুসৰি আৰক্ষী-চি আৰ পি এফে এক গোপন সূত্ৰৰ পম খেদি সোণাৰিৰ পুৰণি টাউকাকৰ ছমিৰ আহমেদৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত জড়িত নাগালেণ্ড নামছাৰ মংগৰাব কন্যাকৰ, ছাজিয়া বেগম আৰু ছমিৰ আহমেদক আটক কৰে ।

MORE NEWS