সোণাৰি: সোণাৰিত অহা ৯ মাৰ্চৰ দেশৰ প্ৰধানমন্ত্ৰীৰ হʼবলগীয়া জনসভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰিত প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে শুক্ৰবাৰে প্ৰস্তুতিৰ বুজ লয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অহা ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে সোণাৰি ৰাজহুৱা খেলপথাৰৰ প্ৰস্তুতি চলোৱা হৈছে । ৰাইজৰ বাবে বাছৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো বিষয় সম্পৰ্কে বিধায়কগৰাকীয়ে তদাকৰ কৰে।