আজাৰা: মিৰ্জাত পলাশবাৰী সম জিলা আয়ুক্ত কাৰ্যালয় উদ্যোগত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন
মিৰ্জাত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্থদশ মৃত্যু বাৰ্ষিকী পালন কৰা হয় । পলাশবাৰী সম জিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত শ্বহীদ ভৱনত অনুষ্ঠিত হয় ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী । অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়া,সম জিলা আয়ুক্তকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।