সোণাৰি: মথুৰাপুৰত ভূপেন গগৈৰ হাতৰ পৰশত প্ৰান পাই উঠিছে থলুৱা বাদ্য ব্যাপক সমাদৰ লাভ চৰাইদেউ জিলাত ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ভূপেন গগৈৰ হাতৰ পৰশত প্ৰান পাই উঠিছে থলুৱা বাদ্য ব্যাপক সমাদৰ ৰাইজৰ ৷ বিক্ৰী বাবে সাজু কৰি তুলিছে তিনি শতাধিক গণনা, টকা আৰু সুতুলী। চৰাইদেউৰ মথুৰাপুৰ ভকত গাঁও নিবাসী ভূপেন গগৈয়ে নিজ হাতে বাদ্যযন্ত্ৰ নিৰ্মান কৰি উলিয়াই বাপোতিসাহোন ৰঙালী বিহুৰ বতৰত বিক্ৰীৰ বাবে সাজু হৈছে