Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: ফটাশিল আমবাৰীত গুৱাহাটী লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সভাত বাধা প্ৰশাসনৰ

বুধবাৰে সন্ধিয়া ৬ বজাত ফটাশিল আমবাৰীত বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছৰ প্ৰাৰ্থীৰ মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰশাসনৰ বাধা দিয়াৰ অভিযোগ ৷ ভৰলু ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বাধা দিয়াৰ অভিযোগ মীৰা বৰঠাকুৰৰ ৷