Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Bollywood
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh
Haryana

গৰৈমাৰী: ছমৰীয়াপাম গোষ্ঠবিহাৰী হাইস্কুলৰ পৰা চৌধুৰীপাম-নিম্বুটাৰী লৈ যোৱা পথৰ দুৰৱস্থা, সমস্যাত সহস্ৰাধিক ৰাইজ #jansamasya

Goroimari, Kamrup | Jul 6, 2025
দক্ষিণ কামৰূপৰ ছমৰীয়াপাম গোষ্ঠবিহাৰী হাইস্কুলৰ পৰা চৌধুৰীপাম -নিম্বুটাৰী লৈ যোৱা পথৰ দুৰৱস্থা। যাতায়াতৰ ক্ষেত্ৰত যমৰ -যাতনা ভোগ কৰিছে গাওঁবাসীয়ে। দেওবাৰে সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ ৰাইজৰ। খাল-বিল, নলা-নৰ্দমালৈ পৰিণত হৈছে সমষ্টিটোৰ গ্ৰামাঞ্চলৰ বাট-পথ৷ বাট-পথৰ দুৰাৱস্থাই জ্বলা-ক'লা খুৱাইছে গাঁওবাসীক৷

MORE NEWS