Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: সমাজ কল্যাণ বিভাগৰ আঁচনিৰ কেলেংকাৰী সন্দৰ্ভত সম্বন্বয় পথত সংবাদমেল প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ সাধাৰণ সম্পাদকৰ

দেওবাৰে দিনৰ ২ বজাত হেঙেৰাবাৰী সম্বন্বয় পথৰ নিজ বাসগৃহত সংবাদমেল সম্বোধন কৰি সমাজ কল্যাণ বিভাগৰ এখন আঁচনিৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভত বিষ্ফোৰক তথ্য প্ৰকাশ কৰে ৷ শিশু আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টি আহাৰ নামত ঠিকাদাৰে চলাইছে লুণ্ঠন ৷ আঁচনিখনৰ নামত কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক নৃপেন মালাকাৰে ৷