মাজুলী চামগুৰি সত্ৰৰ মূখা শিল্পৰ প্ৰেমত পৰিল নেদালেণ্ডৰ সুন্দৰী যুৱতী =--
জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ অনবদ্য অৱদান মূখা শিল্পী ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে নেদাৰলেণ্ড ৰ 'লেইলা'ই ---
বিশিষ্ট মূখা শিল্পী পদ্মশ্ৰী ডঃ হেমচন্দ্ৰ গোস্বামীৰ তত্বাবধনাত লৈছে মূখা বনোৱাৰ প্ৰশিক্ষন----
#hilights
Ujani Majuli Circle, Majuli | Sep 16, 2026