Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi
यूपी

হেলেম: হেলেমত জঘন্য ঘটনা, এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱা অপৰাধীক জেল হাজোত প্ৰেৰণ

Helem, Biswanath | Jun 10, 2026

MORE NEWS

BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। 

অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। 

থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন।

পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে। 

চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপ‌ইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন।

বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন। 

#public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar

BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন। পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে। চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপ‌ইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন। বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন। #public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar

Helem, Biswanath | Jun 13, 2026

যোৰহাটৰ ৰৰৈয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা। বায়ুসেনাৰ বিমান দুৰ্ঘটনাত ছহিদ ৫জনকৈ জোৱান। ছহিদ স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং,ফ্লাইট লেফটেনেণ্ট সুভম কুমাৰ, ছাৰ্জণ্ট জিতেন্দ্ৰ শৰ্মা,অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত আৰু দীনেশ আলম।

#public #friends #news #highlights #viral #viralreels #NewsUpdate #public

যোৰহাটৰ ৰৰৈয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা। বায়ুসেনাৰ বিমান দুৰ্ঘটনাত ছহিদ ৫জনকৈ জোৱান। ছহিদ স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং,ফ্লাইট লেফটেনেণ্ট সুভম কুমাৰ, ছাৰ্জণ্ট জিতেন্দ্ৰ শৰ্মা,অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত আৰু দীনেশ আলম। #public #friends #news #highlights #viral #viralreels #NewsUpdate #public

Helem, Biswanath | Jun 13, 2026

বিশ্বনাথত গোৰ্খা ডেভেলপমেন্ট কাউঞ্চিলৰ অধ্যক্ষ প্ৰেম তামাং। বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন ও টিনপাত বিতৰণ।

#public #friends #news #viral #reels #everyone #facebook #gorkha

বিশ্বনাথত গোৰ্খা ডেভেলপমেন্ট কাউঞ্চিলৰ অধ্যক্ষ প্ৰেম তামাং। বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন ও টিনপাত বিতৰণ। #public #friends #news #viral #reels #everyone #facebook #gorkha

Helem, Biswanath | Jun 13, 2026

🛑BREAKING NEWS 

🔸বিহালীৰ চেৰেলীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

🔸চেৰেলীয়া স্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে মৃত দেহতো ।

🔸 বৰ্তমান সময়লৈকে মৃত দেহ তো চিনাক্ত হোৱা নাই ।

🔸বিহালী আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

🔸ব্যক্তি গৰাকীৰ মৃত্যু কাৰণ ও কি বৰ্তমান সময়লৈকে জানিব পৰা নাই ।

#public #friends #highlights #news #viral #reels #everyone #facebook #behali

🛑BREAKING NEWS 🔸বিহালীৰ চেৰেলীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ। 🔸চেৰেলীয়া স্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে মৃত দেহতো । 🔸 বৰ্তমান সময়লৈকে মৃত দেহ তো চিনাক্ত হোৱা নাই । 🔸বিহালী আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। 🔸ব্যক্তি গৰাকীৰ মৃত্যু কাৰণ ও কি বৰ্তমান সময়লৈকে জানিব পৰা নাই । #public #friends #highlights #news #viral #reels #everyone #facebook #behali

Helem, Biswanath | Jun 12, 2026

বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা সভাত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু । উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস ,বিহালী সমষ্টিৰ বিধায়ক মুনিন্দ্ৰ দাস আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা।

#public #friends #highlights #news #viral #reels #everyone #BJP

বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা সভাত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু । উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস ,বিহালী সমষ্টিৰ বিধায়ক মুনিন্দ্ৰ দাস আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। #public #friends #highlights #news #viral #reels #everyone #BJP

Helem, Biswanath | Jun 12, 2026