সোণাৰি: টেঙাপুখুৰীত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰাজহুৱা সভা টেঙাপুখুৰী জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্পন্ন ৷
টেঙাপুখুৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰাজহুৱা সভাখন টেঙাপুখুৰী জুনিয়ৰ কলেজত অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ স্থায়ী সভাপতি সুনীল চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ললিত গগৈক সভাপতি, শ্যামল মহন কাৰ্যকৰী সভাপতি, দিগন্ত চিত্ৰকৰ আৰু বিপিন গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন সম্পন্ন ৷