Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

সোণাৰি: সোণাৰিত পৌৰসভাৰ এলেকাত কালি বাড়ীত সোণাৰি ১৬ টা উন্নয়ন মূলক কামৰ শিলান্যাস বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৷

Sonari, Charaideo | Mar 10, 2024
অসম চৰকাৰৰ পঞ্চদশ আয়োগৰ অধীনত ২০২৩-২৪ বৰ্ষৰ সোণাৰি পৌৰসভাৰ এলেকাত ১৬ টা নৱনির্মিত উন্নয়ন মূলক কাম, লগতে অনিৰ্ধাৰিত পুঁজিৰ ২০২৩-২৪ আধাৰত সাংসদ পুঁজিৰ অধীনত ৫লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া সোণাৰি সাৰ্বজনীন কালি বাড়ীৰ পকীবেড়া নিৰ্মাণৰ কাম যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে যৌথ ভাৱে শিলান্যাস সম্পন্ন কৰে।