Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
No video available

গুৱাহাটী: অসমৰ ইতিহাসৰ পটভূমিত ছবি নিৰ্মাণ কৰা সন্দৰ্ভত বলিউডৰ অভিনেতা সুদেশ বেৰীৰ পানবজাৰ প্ৰাগ কণ্টিনেণ্টেলত সংবাদমেল

শনিবাৰে দিনৰ ১.৩০ বজাত পানবজাৰ হোটেল প্ৰাগ কন্টিনেলণ্টেত সংবাদমেল বলিউদৰ অভিনেতা সুদেশ বেৰীৰ ৷ অসমৰ ইতিহাসৰ পটভূমিত বলিউদৰ অভিনেতা গৰাকীয়ে নিৰ্মাণ কৰিব ছবি য’ত অভিনয়ৰ সুযোগ পাব অসমৰ অভিনেতাই ৷ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বীৰ লাচিত বৰফুকনৰ চৰিত্ৰৰ প্ৰতি মোহিত হৈছিল বেৰী ৷ বেৰীৰ মতে ছবিখনত অসমৰ কলাকৃষ্টিৰ প্ৰদৰ্শন কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে অভিনেতা সুদেশ বেৰীয়ে ৷