Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
Karnataka

বাজেটত ছাত্ৰীসকলৰ বাবে সুখবৰ, দেশৰ প্ৰতিখন জিলাতে নিৰ্মাণ হ’ব ছাত্ৰী নিবাস

Assam, India | Feb 1, 2026
শৰ ছাত্ৰীসকললৈ সখবৰ । দেশৰ প্ৰত্যেকখন জিলাতে নিৰ্মাণ হ’ব ছাত্ৰী নিবাস । দেওবাৰে ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে ছাত্ৰী তথা কৰ্মৰত মহিলাসকলক সুৰক্ষিত আৰু আৰামদায়ক বাসস্থানৰ ব্যৱস্থা কৰিবলৈ প্ৰতিখন জিলাতে একোখনকৈ ছাত্ৰী নিবাস নিৰ্মাণ কৰা হ’ব । এই পদক্ষেপক শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত সহায় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে । ইয়াৰ লগতে পাঁচখন নতুন বিশ্ববিদ্যালয়ৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।