Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

ভূৰাগাঁও: মঙ্গলবাৰে নিজগেৰুৱাৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত যোগদান সভাত বহু সংখ্যকৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান।

Bhuragaon, Morigaon | Apr 9, 2024
মঙ্গলবাৰে নিজগেৰুৱা বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ এখনি যোগদান সভা। আবেলি ৩ বজাত অনুষ্ঠিত হোৱা সভা খনত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰিৰ উপস্হিতিত কেবাজনো কংগ্ৰেছী যুৱক আৰু আন দলৰ সদস্যই নিজ নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। উল্লেখ্য যে সমগ্ৰ অসমৰ লগতে গেৰুৱা অঞ্চলতো বহু সংখ্যক লোকে কংগ্ৰেছ আৰু আন আন দল ত্যাগ কৰি বিজেপিত যোগদান কৰি বিজেপিৰ দলক অধিক শক্তিশালী কৰি তুলিছে।