সোণাৰি: মঞ্জুশ্ৰী বাগিচাৰ শ্ৰমিকৰ ম'বাইল হেৰুৱাৰ সন্দৰ্ভত নামতোলা আৰক্ষীক এজাহাৰ দাখিল
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত মঞ্জুশ্ৰী চাহ বাগিছাৰ নিবাসী মহেশ তাঁতী নামৰ লোকজনৰ ম'বাইল ফোনটো হেৰুৱাক লৈ নামতোলা আৰক্ষী থানাত এখন অভিযোগ দাখিল কৰাৰ বিষয়ে জনাইছে ম'বাইলৰ গৰাকী মহেশ তাঁতীয়ে। মহেশ তাঁতীয়ে জনোৱা অনুসৰি ভুক্তভোগী মহেশ তাঁতীয়ে ম'বাইলৰ চাৰ্জ শেষ হোৱাত ঘৰৰ ওচৰৰে এঘৰত ম'বাইল ফোনটো চাৰ্জ দিছিল আৰু তাৰ পাছতেই ম'বাইল ফোনটো বিচাৰি নোপোৱাত মহেশ তাঁতীয়ে সকলো ঠাইতে ম'বাইল ফোনটো বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান ওলিয়াব নোৱাৰে। অৱশে