Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
बीजेपी
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Bhopal

পূব যোৰহাট: চিনামৰাৰ পৰা জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই নগৰৰ মাজেৰে মটৰ চাইকেল ৰেলী অনুৰাগীৰ

Jorhat East, Jorhat | Sep 22, 2025
চিনামৰাৰ পৰা জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই নগৰৰ মাজেৰে মটৰ চাইকেল ৰেলী অনুৰাগীৰ। জুবিন দা বিহীন অসম কল্পনা কৰা নাই কোনেও । অসম বাসীয়ে ভাবিব নোৱাৰে জুবিন দা বিহীন সংগীতানুষ্ঠান। কিন্তু নিষ্ঠুৰ নিয়তিয়ে কম সময়তে কাঢ়ি লৈ গল অসমৰ ৰাইজৰ হিয়াৰ আমঠো, নয়নৰ মণি জুবিন গাৰ্গক । শোকত এতিয়া ভাগি পৰিছে ৰাজ্য বাসী । উজাগৰি নিশা কতাইছে অনুৰাগীয়ে ।