⭕বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীলৈ 'ভবেন বৰুৱা বঁটা-২০২৬'।
⭕অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰে এই বঁটা
⭕প্ৰয়াত নাট্যকাৰ,পৰিচালক ভবেন বৰুৱাৰ সোঁৱৰণত অনুষ্ঠিত ১৮ সংখ্যক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ মঞ্চত অভিনেত্ৰী গৰাকীক বঁটাটি প্ৰদান কৰা হয়
⭕বঁটাত নগদ ধন ১৫ হাজাৰ টকা,ফুলাম গামোছা,চেলেং,
জাপি,শৰাই,স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়
#Nalbari
#Awards
#Actress
#malayagoswami
#AJYCP