Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সোণাৰি: বিশ্ব দৰবাৰত চৰাইদেউক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সোনাৰিত ধন্যবাদ সাংসদ তপন কুমাৰ গগৈৰ

Sonari, Charaideo | Mar 15, 2024
চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় বিষয়-ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ব দৰবাৰত চৰাইদেউক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সোনাৰিত ধন্যবাদ জনালে সাংসদ তপন কুমাৰ গগৈয়ে ।
সোণাৰি: বিশ্ব দৰবাৰত চৰাইদেউক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সোনাৰিত ধন্যবাদ সাংসদ তপন কুমাৰ গগৈৰ - Sonari News