গুৱাহাটী: শ্ৰম বিভাগে লক্ষ্যাধিক শ্ৰমিকক বিভাগীয় সুবিধাৰ পৰা বঞ্চিত কৰাক লৈ দিছপুৰত সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ সংবাদমেল
বুধবাৰে দিনৰ ১২.৩০ বজাত দিছপুৰ প্ৰেছক্লাৱত সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই অসম চৰকাৰৰ শ্ৰম সঞ্চালকালয়ৰ অধীনত শ্ৰমিক সকলক লাভ কৰা বিশেষ সুবিধাৰ পৰা অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদে বঞ্চিতৰ অভিযোগ ৷ ২০১৪ চনৰ নিয়মিতভাৱে লাভ কৰি থকা এই সুবিধা সমূহ ২০২১ চনৰ পৰা ৰহস্যজনকভাৱে কেইবাটাও সুবিধা বন্ধ কৰাৰ অভিযোগ ৷ নিৰ্বাচনৰ আগে আজে এই সুবিধা সমূহ মুকলাই দিয়াৰ দাবী ৷ অন্যথা নিৰ্বাচনত প্ৰতুত্তৰ দিবলৈ সাজু আঠ লাখ শ্ৰমিক বুলি মন্তব্য কৰে সন্থাটোৱে ৷