Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
Coronavirus
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
मध्यप्रदेश
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
Uttarakhand
लखनऊ

বোকাখাত: তেলগৰমত ৰাজহুৱা স্থানত জাৱৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি, স্থানীয় ৰাইজে জব্দ কৰি থলে বাহন, বাহনৰ চালকৰ পলায়ন

Bokakhat, Golaghat | Jul 31, 2025
বৃহস্পতি বাৰে পুৱা প্ৰায় ১১ বজাত তেলগৰমত জাবৰ পোলোৱাক লৈ উত্তপ্ত পৰিস্থিতি l স্থানীয় লোকসকলে জাবৰ পেলাবলৈ অহা ই-ৰিক্সা জব্দ কৰি ৰাখি থয় ।সুযোগ বুলি ই ৰিস্কাৰ চালক পলায়ন l এখন বিদ্যালয়ৰ সন্মুখত পেলাবলৈ আনিছিল আৱৰ্জনা খিনি ।পূৰ্বতেও জাবৰ নেপেলাবৰ বাবে সকীয়াই দিয়াৰ পিচতো গুৰুত্ব নাই এই সকল লোকৰ বুলি অভিযোগ ৰাইজৰ l TOYO ENGINEERING, SHARP TANK আৰু Offshore কোম্পানীয়ে কৰিলে এই কাণ্ড কৰা বুলি অভিযোগ ৰাইজৰ ।

MORE NEWS