সোণাৰি: সোনাৰিত ভাৰতীয় চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলৰ লগত এক আলোচনা সভাত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
আজি চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি অশোক ওৰাং, ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত ভাৰতীয় চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলৰ লগত এক আলোচনা সভাত অংশগ্ৰহণ কৰে বিজেপি চৰাইদেউ জিলা সভাপতিয়ে ।