Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Worldwaterday
Educationforall
Capacitybuilding
Chaitranavratri
Railsafety
���ंतर्राष्ट्रीय_वन_दिवस
Thodadhyanse
No video available

মাহমৰা: মৰাণহাটত পকীনলা নিৰ্মাণত দুৰ্নীতি, মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী আহোম গণমঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদকৰ

Mahmora, Charaideo | Mar 7, 2024
মৰাণ পৌৰসভাৰ ৬নং ৱাৰ্ডত পকীনলা নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই দুৰ্নীতি সম্পৰ্কত অসম চৰকাৰৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ হস্তক্ষেপ দাবী কৰিছে আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞাই ৷ মুখ্যমন্ত্ৰীৰ নগৰীয়া পথ নিৰ্মাণ আঁচনিৰ অধীনত মৰাণ পৌৰসভাৰ ৬ নম্বৰ ৱাৰ্ডত ২নং মৰাণ কলেজ পথৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ নিৰ্মাণৰ এটা মাহৰ ভিতৰতে খহিছে পকী শ্লেৱ ৷

MORE NEWS