বাক্সা: খাগ্ৰাবাৰী বিহাৰী বস্তিৰ শিৱ মন্দিৰ প্ৰাংগণত খাগ্ৰাবাৰী বিহাৰী বস্তি ছট পূজাত বিধায়ক ফনীধৰ তালুকদাৰ
Baska, Baksa | Nov 1, 2025 ৪১ নং মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগ্ৰাবাৰী বিহাৰী বস্তিৰ শিৱ মন্দিৰ প্ৰাংগণত খাগ্ৰাবাৰী বিহাৰী বস্তি ছট পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত নৃত্য প্ৰতিযোগিতাৰ প্ৰাকক্ষণত উপস্থিত বিধায়ক ফনীধৰ তালুকদাৰে। এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লৰা ছোৱালী সকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে এক সুন্দৰ মঞ্চ প্ৰদান কৰা উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক বিধায়ক ফনীধৰ তালুকদাৰে।