Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: যুৱ বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰজিত বসুমতাৰীৰ বিপিএফ দল ত্যাগ

Goreswar Part, Baksa | Jul 27, 2025
বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বিপিএফ দলত মোক্ষম আঘাত।বিপিএফ দল ত্যাগ কৰাৰ কথা দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যুৱ বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰজিত বসুমতাৰীৰ।দলটোৰ একাংশ নেতাই নিজৰ মই মতালিৰে দল পৰিচালনা কৰাৰ অভিযোগ যুৱ নেতা গৰাকীৰ।ইতিমধ্যে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে নেতা গৰাকীয়ে।সমাগত বিটিচি নিৰ্বাচনত শুক্লাই ছেৰফাঙ পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে।

MORE NEWS