Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: ট্ৰেড লাইচেন্স নোহোৱা আৰু কৰ আদায় নিদিয়া গোৰেশ্বৰৰ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত গোৰেশ্বৰ পৌৰসভাৰ তলা

Goreswar Part, Baksa | Jul 30, 2025
তামুলপুৰ জিলাৰ গোৰেশ্বৰ পৌৰ সভাই গোৰেশ্বৰত এক অভিযান চলায়।বুধবাৰে দিনৰ ১২ মান বজাত পৌৰসভাৰ বিষয়ববীয়া আৰু গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকৰ উপস্থিতিত ট্ৰেড লাইচেন্স নোহোৱা আৰু দিৰ্ঘদিনৰ পৰা পৌৰ কৰ ফাকি দিয়া পাঁচখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানত তলা লগাই দিয়ে পৌৰ সভাই।

MORE NEWS

গোৰেশ্বৰ ভাগ: ট্ৰেড লাইচেন্স নোহোৱা আৰু কৰ আদায় নিদিয়া গোৰেশ্বৰৰ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত গোৰেশ্বৰ পৌৰসভাৰ তলা - Goreswar Part News