Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ যোগদান সভাত ইউপিপিএল আৰু বিপিএফৰ অৰ্ধশতাধিকৰ বিজেপিত যোগদান

Goreswar Part, Baksa | Aug 19, 2025
মংগলবাৰে আবেলি ৫ মান বজাত গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান সভা।ইউপিপিএল আৰু বিপিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাবে অৰ্ধ শতাধিকে বিজেপি দলত যোগদান কৰে।যোগদান সভাত জিলা বিজেপিৰ উপসভাপতিদ্বয় জিনাৰাম বড়ো আৰু ৰান্ধোৱা বড়োৰ লগতে মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মাই উপস্থিত থাকে।

MORE NEWS

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ যোগদান সভাত ইউপিপিএল আৰু বিপিএফৰ অৰ্ধশতাধিকৰ বিজেপিত যোগদান - Goreswar Part News