Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: নৱ শৰণীয়াই কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব বুলি ভুল বাতৰি কৰিছে- দিছপুৰত নৱ শৰণীয়াৰ মন্তব্য

সোমবাৰে দিনৰ ২ বজাত দিছপুৰ প্ৰেছক্লাৱত সংবাদমেল আয়োজন কৰি কোকোৰাঝাৰত নৱ শৰণীয়াই নিৰ্বাচন খেলিব নোৱাৰিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে ৷ নৱ শৰণীয়া জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠক অসম চৰকাৰে প্ৰত্যাহ্বান জনোৱা পিছতে খণ্ড বিচাৰপীঠে স্থগিতাদেশ দিছিল বৰ্তমান এই বিষয়টো শুনানি চলি থকা বুলি মন্তব্য শৰণীয়া ৷ যদিহে ন্যায়লয়ৰ শুনানি পিছত শৰণীয়াই প্ৰতিদ্বন্দ্বীতা কৰিব নোৱাৰে তাৰ বিকল্প ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে নৱ শৰণীয়াই ৷
গুৱাহাটী: নৱ শৰণীয়াই কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব বুলি ভুল বাতৰি কৰিছে- দিছপুৰত নৱ শৰণীয়াৰ মন্তব্য - Guwahati News