ধুবুৰী ভাগ: গৌৰীপুৰত উচ্ছেদৰ বিৰোধিতাৰে বিধায়ক নিজানুৰ ৰহমানৰ সংবাদমেল
ৰাজ্যৰ ভিতৰত সৰ্ব বৃহৎ উচ্ছেদ চলিব গৌৰীপুৰ আলমগঞ্জ অঞ্চলত। প্ৰকল্প নিৰ্মান কৰাৰ বাবে একে লাগে চলিব চাৰি হেজাৰ বিঘা ভূমিত উচ্ছেদ অভিযান।মাটিৰ পাট্টাদাৰ সকলোক জিলা আয়ুক্তই মাটি এৰি দিবলৈ কোৱাত হতাশাত ভুগিছে হেজাৰ হেজাৰ ৰাইজ।