সোণাৰি: চাৰিমুঠিয়া গোঁহাই গাঁৱত এঘৰ লোকৰ ঘৰৰ পৰা ONGCৰ ৫ডালকৈ লোহাৰ পাইপ জব্দ কৰে মথুৰাপুৰ আৰক্ষী আৰু টেঙাপুখুৰী আৰক্ষীয়ে
চৰাইদেউ জিলাৰ চাৰিমুঠিয়া গোঁহাই গাঁৱত এঘৰ লোকৰ ঘৰৰ পিছফালৰ পৰা ONGCৰ ৫ ডাল কৈ চুৰি কৰা লোহাৰ পাইপ উদ্ধাৰ কৰে মথুৰাপুৰ আৰক্ষী আৰু টেঙাপুখুৰী আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাই । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।