Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

গুৱাহাটী: গীতানগৰত জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ ঘৰত এছআইটিৰ দল, বাসগৃহৰ সন্মুখত বৃহৎ আৰক্ষীৰ দল মোতায়েন

শুকুৰবাৰে গীতানগৰৰ শ্যামকানু মহন্তৰ ঘৰত SITৰ দল। শ্যাম কানু মহন্তৰ গীতানগৰ স্থিত বাসগৃহৰ সন্মুখত আৰক্ষী মোতায়েন কৰা হৈছে। হাতে -হাতে লাঠি লৈ তহল আৰক্ষীৰ।কোনো ধৰণৰ অপ্ৰিতীকৰ পৰিস্থিত সৃষ্টি নহয় তাৰ বাবে কৰা হৈছে এই ব্যৱস্থা।
গুৱাহাটী: গীতানগৰত জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ ঘৰত এছআইটিৰ দল, বাসগৃহৰ সন্মুখত বৃহৎ আৰক্ষীৰ দল মোতায়েন - Guwahati News