Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Jharkhand
Rajasthan
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
Crimenews
Nda
School
Cbi
Mathura
Fatehpur
Jodhpur

তিনিচুকীয়া: মাকুমত মাকুম বনমালি শইকীয়া সাহিত্য সভা ভৱনৰ পৰা ইনভাৰ্টাৰ চুৰি কাণ্ড ঘটনা

Tinsukia, Tinsukia | Nov 4, 2025
মংগলবাৰে মাকুম বনমালি শইকীয়া সাহিত্য সভা ভৱনৰ পৰা ইনভাৰ্টাৰ চুৰি কাণ্ড ঘটনা সংঘটিত হয় । ইনভাৰ্টাৰটো ভৱনটোৰ পাছ দুৱাৰেদি লৈ যোৱা হৈছে বুলি সন্ধ্যা প্ৰায় ৭ বজাত সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে মাকুম সাহিত্য সভাৰ সৈতে জড়িত ব্যক্তিয়ে । সাহিত্য সভা ভৱনত এনেদৰে চুৰি কাৰ্য ঘটনা সংঘটিত হোৱাকলৈ তীব্ৰ গৰিহণা স্থানীয় সচেতন লোকৰ ।