মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱটি ওদালগুৰিত ৩ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হৈছে। ওদালগুৰি শঙ্কৰদেৱ মিছন হাই স্কুলৰ খেল পথাৰত আয়োজিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ আজি দ্বিতীয় দিনা মহোৎসৱ স্থলীত বীৰনাম পৰিবেশৰ পিছতেই ভাগৱত শোভাযাত্ৰাৰে নগৰ পৰিভ্ৰমন কৰা হয়।এই ভাগৱত শোভাযাত্ৰাত বিটিচিৰ পাৰিষদ অজয় কুমাৰ হাজৰিকাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে
Ajoy Kumar Hazarika
Udalguri, Udalguri | Sep 22, 2026