Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

পলাশবাৰী: জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্যৰ লগতে অন্যান্য দাবীৰ সমৰ্থনত ৰাণীত ৫ শতাধিক লোকৰ জোঁৰ সমদল

Palasbari, Kamrup | Sep 16, 2025
মঙলবাৰে নিশা জনজাতিকৰণ, কমতাপুৰ ৰাজ্য লগতে অন্যান্য দাবীৰ সমৰ্থনত ৰাণীত ৫ শতাধিক লোকৰ জোঁৰ সমদল। ৰাণী আঞ্চলিক কোচ–ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ ৰাণী কোচ–ৰাজবংশী সুৰক্ষা সমিতিৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ কোচ–ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

MORE NEWS