ওদালগুৰি: ননৈ ৰেঞ্জৰ অধিনত ভুটিয়াচাং চাহ বাগিচাত চাহ বাগিছাৰ পৰা ৬ মহীয়া হাতী পোৱালি উদ্ধাৰ বন বিষয়াৰ
ওদালগুৰি জিলাৰ ননৈ ৰেঞ্জৰ অধিনত ভুটিচাং চাহ বাগিচাৰ মাজত বনাঞ্চলৰ পৰা জনাঞ্চল লৈ খাদ্যৰ সন্ধান নামি অহা বনৰীয়া হাতীৰ জাক তথা মাতৃৰ পৰা প্ৰায় ৬ মহীয়া হাতী পোবালি এটা বিছিন্ন হৈয় বাগিচা খনতে থাকি যায়। ২ চেপ্তেম্বৰ তাৰিখে মাতৃৰ পৰা বিছিন্ন হোৱা হাতী পোবালি টো বগান খনৰ ৰাতিপুৱা শ্ৰমিক সকলে দেখা পাই বন বিষয়া সকলক খবৰ কৰে। বন বিষয়া আৰু কৰ্মচাৰী সকলে গোটেই দিন নিৰীক্ষণ কৰি থকাৰ লগতে নীশা হাতীৰ জাকটোৰ থাকে যায় ।