ছয়গাঁও: ছয়গাঁৱৰ মাঁ চণ্ডিকা উন্নয়ন খণ্ড কাৰ্যালয়ত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপস্থিতিত পঞ্চায়তৰ বিজয়ী প্ৰতিনিধিক সম্বৰ্ধনা জ্ঞাপন
ছয়গাঁৱৰ মাঁ চণ্ডিকা উন্নয়ন খণ্ড কাৰ্যালয়ত পঞ্চায়তৰ বিজয়ী প্ৰতিনিধিক সম্বৰ্ধনা জ্ঞাপন। সোমবাৰে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপস্থিতিত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠানৰ। বিভিন্ন ব্যক্তিৰ উপস্থিতিত ৬খন পঞ্চায়তৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়।