ধুবুৰী ভাগ: চহৰত একেখন মণ্ডপতেই ৩০ জনকৈ যুৱকযুৱতীৰ গণ বিবাহ সম্পন্ন
ধুবুৰীৰ কালীবাড়ীত আজি সম্পন্ন হয় গণ বিবাহ । বিগত পাঁচ বছৰ ধৰি কালীবাড়ী প্ৰঙ্গণত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে গণ বিবাহ।কালীবাড়ী ট্ৰাষ্টীৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও ধৰ্মীয় ৰীতি নীতি ৰক্ষা কৰি জিলা খনৰ বিভিন্ন স্থানৰ মুঠ ৩০ জন কৈ দুখীয়া যুৱক যুৱতিক একেখন মণ্ডপতেই বিবাহ সম্পন্ন কৰা হয়।নৃত্য গীত, বেণ্ড পাৰ্টী মুঠতে এক যাক জিলিকতাৰ মাজেৰে আজি ১৫ জোৰ