Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
बिहार
कांग्रेस
मौत
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी

নগাঁও: কলিয়াবৰৰ লাঙিগাঁও-শান্তিপুৰ অঞ্চলত বাঘৰ আতংক,বাঘৰ আতংকৰ বাবেই বাঘৰ সন্ধান বিছাৰি বন বিভাগৰ অভিযান অব্যাহত

Nagaon, Nagaon | Nov 27, 2025
কলিয়াবৰৰ লাঙিগাঁও-শান্তিপুৰ অঞ্চলত বাঘৰ আতংক। জনাঞ্চলত বাঘ দেখাৰ দাবী স্থানীয় লোকৰ। বাঘৰ আতংকৰ বাবেই বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাঘৰ সন্ধান বিছাৰি অভিযান অব্যাহত ৰাখে । ইফালে বাতৰি সংগ্ৰহ কৰা সময়লৈকে বাঘৰ কোনো চিন-চাব পোৱা নাই বন বিভাগে।
নগাঁও: কলিয়াবৰৰ লাঙিগাঁও-শান্তিপুৰ অঞ্চলত বাঘৰ আতংক,বাঘৰ আতংকৰ বাবেই বাঘৰ সন্ধান বিছাৰি বন বিভাগৰ অভিযান অব্যাহত - Nagaon News