Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চিৰাঙৰ বিজনীত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান । UPPL ৰ উপ-সভাপতি তথা বিজনী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক জীৱানন্দ বসমুতাৰী (ৰাজু) হ/ত্যাকা/ণ্ডৰ উচিত ন্যায়ৰ দাবীত অহা ৪ আগষ্ট, মঙলবাৰে বিজনী ক্ৰীড়া সন্থা আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত ১২ ঘণ্টীয়া বিজনী মহকুমা বন্ধৰ আহ্বান জনোৱা হৈছে।

Assam, India | Aug 3, 2026

MORE NEWS