গুৱাহাটী: মহানগৰীৰ গাড়ীগাঁওত ভয়ংকৰ অগ্নিকাণ্ড,অগ্নিকাণ্ডত জাহ যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী
দেওবাৰে মহানগৰীৰ গাড়ীগাঁওত ভয়ংকৰ অগ্নিকাণ্ড। জাহ যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী।ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দ'ল।ৰাইজৰ অভিযোগ যে বিজুলী বিভাগৰ তাঁৰ সমূহ পথত ওলমি থকাৰ বাবে সময় মতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী অহাৰ পিছতো ঘটনা স্থলীলৈ যাবলৈ সক্ষম নহয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী।