Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: কেন্দ্ৰীয় কৰ্মচাৰীক বিহুৰ বন্ধ নিদিয়াত পাণবজাৰত সৰ্বভাৰতীয় ডাক কৰ্মচাৰী মহাসংঘৰ সংবাদমেল

পাণবজাৰত সৰ্বভাৰতীয় ডাক কৰ্মচাৰী মহাসংঘৰ সংবাদমেল ৷ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ৰঙালী বিহুৰ বন্ধ নিদিয়াক লৈ ক্ষোভিত কৰ্মচাৰী মহাসংঘ। সংবাদমেল যোগে কেন্দ্ৰীয় কৰ্মচাৰীসকলক বিহুৰ বন্ধ দিয়াৰ দাবী তোলে কৰ্মচাৰী মহাসংঘই৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে তিনিটা স্থানীয় বন্ধ ঘোষণা কৰিব লাগে বুলি দাবী কৰে মহাসংঘই৷