প্ৰাণৰ জুবিন, অমৰ জুবিন । জুবিন বিহীন এটা বছৰ সম্পূৰ্ণ হ'ল। কিন্তু তেওঁ কণ্ঠ,সুৰ, তেওঁৰ আদৰ্শ আজিও আমাৰ মাজত ৰৈ থাকিব।
অন্তিমবাৰৰ বাবে বিলাসীপাৰাৰ সাংস্কৃতিক অনুষ্ঠানৰ এটি জুবিন গাৰ্গৰ গীত।।
#ZubeenGarg #JoiZubeenDa #virelvideo #dhubri #bilashipara #19septiembre #chaporariver #assamne24
ঘৰে ঘৰে প্ৰাৰ্থনা...