Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: মুখ্যমন্ত্ৰীয়ে অঙ্গনৱাদী কৰ্মী-সহায়িকাক লৈ কৰা মন্তব্যৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাৱত অঙ্গনৱাদী কৰ্মী-সহায়িকাৰ সংবাদমেল

শুক্ৰবাৰে দিনৰ ২.৩০ বজাত চি আই টি ইউ উদ্যোগত গুৱাহাটী প্ৰেছক্লাৱত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰীক সমালোচনা অঙ্গনৱাদী কৰ্মী সহায়িকা ৷ মুখ্যমন্ত্ৰীয়ে অঙ্গনৱাদী কৰ্মী সহায়িকা সকলক চি আই টি ইউৰ সংগ ত্যাগ কৰিলেহে অঙ্গনৱাদী কৰ্মী সহায়িকা সুবিধা প্ৰদান কৰা হব বুলি কৰা মন্তব্যৰ প্ৰতুত্তৰ দি সংবাদমেলত সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীক