সোণাৰি: লাকুৱা লোনপুৰীয়া বৰনামঘৰৰ বৰসবাহৰ ভাঁওনা অনুষ্ঠানত ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক শ্রী সুশান্ত বৰগোঁহাই উপস্থিত ৷
লোনপুৰীয়া বৰনামঘৰৰ বৰসবাহৰ ভাঁওনা অনুষ্ঠানত ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক শ্রী সুশান্ত বৰগোঁহাই উপস্থিত থাকে উক্ত অনুস্থানত দেউৰী স্বায়ক্তশাসিত পৰিষদৰ কার্যবাহী সদস্য শ্রী হিৰণ জিৎ দেউৰী সমাজকর্মী শ্রী মহেন্দ্র সন্দিকৈ ডাঙৰীয়া, শ্রী সত্যজিৎ মহন ডাঙৰীয়াৰ শ্ৰী ৰাতুল গগৈ গাঁৱবাসী ৰাইজৰ নিমন্ত্ৰণ মৰ্মে নামঘৰত ভগৱন্তৰ ওচৰত সেৱা জনাই বিধায়ক গৰাকীয়ে ৷