জৰুৰী জাননী
লংকা কো-অপাৰেটিভ মাৰ্কেটিং এণ্ড প্ৰচেছিং ছ’চাইটি লিমিটেডৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অহা মঙলবাৰ, ২২ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰাৰ আয়োজন কৰা হৈছে।
সেয়েহে, উক্ত গুৰুত্বপূৰ্ণ সভাত ছ’চাইটিৰ সকলো সন্মানীয় অংশীদাৰক সময়মতে উপস্থিত থাকিবলৈ আন্তৰিকভাৱে অনুৰোধ জনোৱা হ’ল।
Hojai, Hojai | Sep 18, 2026