‘নিৰ্বাচন কাষ চাপিলে কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম পাৰ্টিৰ এলায়েন্সৰ ষড়যন্ত্ৰ দেখিবলৈ পাম’
নিৰ্বাচনৰ পূৰ্বে ‘মিছা প্ৰপাগেণ্ডা’ চলোৱাৰ অভিযোগ বিধায়ক শিলাদিত্য দেৱৰ
‘এআই জেনেৰেটেড ফটোও ছ’চিয়েল মিডিয়াত চলাই ভোটাৰক বিভ্ৰান্ত কৰাৰ চেষ্টা’
সংবাদমেলত কংগ্ৰেছসহ বিৰোধী দলসমূহক লক্ষ্য কৰি মন্তব্য হোজাইৰ — বিধায়ক শিলাদিত্য দেৱ
Assam, India | Oct 3, 2026