Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Pm

গুৱাহাটী: মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে বৰ্ষাপাৰাত ভাৰতীয় মহিলা ক্ৰিকেট দলক সাক্ষাত কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ

মঙলবাৰে মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে বৰ্ষাপাৰাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ড্ৰেছিং ৰুমত সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল।গুৱাহাটীৰ বৰ্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ৷উদ্বোধনী মেচত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। বিশ্বকাপৰ মেচক লৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত ব্যাপক উচাহ৷ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মেচ উপভোগৰ আহিছে ক্ৰিকেটপ্ৰেমীসকল৷